State Level Football Tournament
Su-ka-pha cup
To establish unity and harmony through sports
About us
Su-ka-pha cup
The Sukafa Cup game, which is established with a planned and long-term thinking, wishes to be able to create an atmosphere of sports from Sadiya and the new generation focus on sports and act as the human resource of the state and the country. The Sukapha Cup has been started with the desire that through sports, the great message of unity of the patriarch, the late Chaolung Sukapha, spreads to the edge of the world, so that his ideals of unity are established globally, the spirit of our brotherhood is strengthened and strengthened.
পৰিকল্পিত আৰু দীৰ্ঘম্যাদী চিন্তাৰে প্ৰতিষ্ঠা হোৱা চুকাফা কাপ খেলখনে শদিয়াৰ পৰা ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰি নতুন প্ৰজন্মই ক্ৰীড়াৰ প্ৰতি মনোনিৱেশ কৰি ৰাজ্য আৰু দেশৰ মানৱ সম্পদ হিচাপে কাম কৰিবলৈ সক্ষম হোৱাটো কামনা কৰিছে। ক্ৰীড়াৰ জৰিয়তে পিতৃপুৰুষ প্ৰয়াত চাওলুং ছুকাফাৰ ঐক্যৰ মহান বাৰ্তা বিশ্বৰ প্ৰান্তলৈ বিয়পিব লাগে, যাতে তেওঁৰ ঐক্যৰ আদৰ্শ বিশ্বজুৰি প্ৰতিষ্ঠিত হয়, আমাৰ ভাতৃত্ববোধৰ মনোভাৱ অধিক শক্তিশালী হয়।
Things to do
Sports
Memorandum
Activities
Arts
The purpose
Historic trips
Duties of the members
Tai ahom Yuva Parishad activities
What we Do

Football Tournament
The Sukapha Cup has been started with the desire that through sports, the great message of unity of the patriarch, the late Shaolung Sukapha, spreads to the edge of the world, so that his ideals of unity are established globally, the spirit of our brotherhood is strengthened and strengthened.

Committee activities
photo coming soon

beer Lachit Studium
photo coming soon
Unlimited explorations
Sukapha Cup 2022 teams participating
A total of 16 teams participated in the Chukafa Cup 2022 this year.
Su-ka-pha cup updates
Blog

Sukapha Cup Theme Song Video

Souvenir – SU-KA-PHA CUP 2022
Theme Song
Watch our video
Cukapha Cup Football Tournament 2022
Gallery
Su-ka-pha cup photos
Gallery
Meet our Organizer
Being the organizing committee

Porikhit Buragohain
President (Organizing Committee)

Bishwajit Chiring
join – Secretary

Surgeon Gogoi
Vice-President

Monuranjan Gogoi
Executive President

Munindra Buragohain
President

Rinku Knowar
Assistant Secretary
What the Prominent person says
Testimonials

ঐতিহাসিক শদিয়া মহকুমাৰ সদৰ চপাখোৱাস্থিত বীৰ লাচিত ষ্টেডিয়ামত চলিত বৰ্ষৰ যোৱা ইং ১৬ অক্টোবৰ তাৰিখৰপৰা বৰ অসমৰ ভেঁটি গঢ়োতা, প্ৰথম গৰাকী আহোম স্বৰ্গদেউ চাওলুং ছ্যুকাফাদেৱৰ পবিত্ৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মহান উদ্দেশ্যৰে ৰাজ্যিক পৰ্যায়ত ‘ছ্যুকাফা কাপ ২০২২’ শীর্ষক এখনি ফুটবল প্রতিযোগিতা অনুষ্ঠিত হোৱা বুলি, জ্ঞাত হৈ মই যথেষ্ট সুখী হৈছো। এই ছেগতে উক্ত খেলখনিৰ প্রধান উদ্যোক্তা টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ শদিয়া মহকুমা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু চাওলুং ছ্যুকাফা বহুমুখী কল্যাণ সমিতিৰ কৰ্মকৰ্তা সকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে এই প্রতিযোগিতাখনিৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে এখনি স্মৰণিকা প্ৰকাশৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিবলৈ পাই আনন্দিত হৈছো। গ্ৰন্থখনিৰ লগতে এই খেলখনে শদিয়াৰ সমাজ ব্যৱস্থাত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰক, তাকেই কামনা কৰিলোঁ। সদৌ শেষত প্রতিযোগিতাখনিৰ সৰ্বাঙ্গীন সফলতা আৰু অনুষ্ঠান দুটিৰ
উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিলোঁ।
বলিন চেতিয়া
Bolin Chetia

তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টি আৰু শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত শদিয়া মহকুমাত স্বেচ্ছাসেৱী সংগঠন চাওলুং চ্যুকাফা বহুমুখী কল্যান সমিতি সৌজন্যত আৰু টাই আহোম যুৱ পৰিষদ অসম, (টাইপা), শদিয়া মহকুমা উদ্যোগত দ্বিতীয় বার্ষিক’চ্যু-কা-ফা কাপ ২০২২’ ফুটবল প্রতিযোগিতা খনি ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা হব বুলি জানিবলৈ পাই মই সুখী হৈছো। এই উপলক্ষে এখনি স্মৃতি গ্রন্হ প্রকাশ হব বুলি জানিবলৈ পায়ো মই আনন্দিত হৈছো। আশাকৰো এই উদ্যাপন অনুষ্ঠান চাওলুং ছ্যুকাফা বহুমুখী কল্যান সমিতি আৰু টাই আহোম যুৱ পৰিষদ অসম, (টাইপা) আৰু বৃহত্তৰ অঞ্চলটোৰ ঐতিহ্য অটুট ৰাখি অঞ্চলটোত প্রতিভা বিকশিত কৰি অসম তথা বিশ্ব দৰবাৰত নাম উজ্বলিব আৰু শান্তি-সম্প্ৰিতিৰ বন্ধন অধিক
সুদৃঢ় কৰাত সহায়ক হ’ব। টাই আহোম যুৱ পৰিষদ অসম (টাইপা) চ্যু-কা-ফা কাপ উদযাপন আৰু স্মৃতি গ্রন্হ উন্মোচন অনুষ্ঠানৰ সৰ্বাঙ্গীন সাফল্য কামনা কৰিলো
pushkin jain

I am very much please to learn that Tai Ahom Yuva Parishad is going to hosting the Su-Ka-Pha Cup Football Championship from 16th October 2022 at Chapakhowa, Sadiya.
I also appreciate the frantic efforts of Tai Ahom Yuva Parishad for
organizing the Football Tournament, which shows their vision of promoting football in the Sadiya as well as in the state of Assam and we are sure that hosting of the tournament will be another milestone in the direction of development of Football in the State of Assam as the talented players from all the participating Teams will be participating in the tournament which will bring the level of competiveness of the tournament.
I wish the tournament a grand success and hope that, Tai Ahom Yuva Parishad continues their support in developing Football in the State of Assam.